নামঞ্জুৰনামডাক
নামটো কৰি (Assamese) [ Roman: nam.to`.ko.ri]
Contributed by: Anjali Sonowal on 2010-12-05
English: slightly,
Assamese: অকণমানকৈ, অনুষ্টুপীয়াকৈ, অনুৰূপীয়াকৈ, অলপকৈ, অলপমানকৈ, অলপীয়াকৈ, কথঞ্চিতৰূপে, চূৰ্চুৰীয়াকৈ, টাকটুককৈ, টানি-টুনি, টানিমানি, তাকৰকৈ, তাকৰীয়াকৈ, তেনেইকৈ, নাওনিমিতকৈ, নামটো কৰি, নামমাত্ৰকৈ, নিচেইকৈ, নিয়মটো কৰি, সামান্যৰূপে,
Bodo: इसेयै,
Deori: মিচ্চাগা, মিচ্চিগহৰে, মিচ্চিগা
নামটো কৰি (Assamese) [ Roman: nam.to`.ko.ri]
Contributed by: Anjali Sonowal on 2010-12-05
1. (Adverb) in a small quantity. একেবাৰে কম পৰিমাণে ৷